ভাৰতীয় মহিলা হকী দলে অষ্ট্ৰেলিয়াক "ৱমেন হকি দল ৱৰ্ল্ড চেম্পি়নশ্বিপত" পৰাস্ত কৰি আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ ‘প্ৰতিশোধ’ লোৱা বুলি দাবী কৰি একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে অসংলগ্ন ভিডিঅ’টো শ্বেয়াৰ কৰিছে।