লজিকেলী ফেক্টছৰ মুখ্য কাৰ্যালয় আয়াৰলেণ্ডত আৰু বৰ্তমান ইউৰোপিয়ান ইউনিয়ন, ব্ৰিটেইন, আৰু ভাৰতত আমাৰ কৰ্মচাৰী আছে। ইংৰাজীৰ উপৰি ডেনিছ, ছুইডিছ, হিন্দী, কানাড়া, অসমীয়া আৰু তেলেগুত আমাৰ ফেক্ট-চেক প্ৰকাশ পায়। অনাগত দিনত আমি ফিনিছ, ৰাছিয়ান, স্পেনিছ আৰু তুৰ্কী ভাষাত ফেক্ট-চেক প্ৰকাশ কৰাৰ পৰিকল্পনা ৰাখিছো।


পেছাদাৰী ফেক্ট চেকাৰ আৰু সম্পাদকীয় সদস্যৰ এই আন্তঃৰাষ্ট্ৰীয় আৰু বহুভাষিক দলটোক গ্ল’বেল হেড অৱ এডিটৰিয়েল অপাৰেচন জাস্কিৰত সিং বাৱাই নেতৃত্ব দিছে, আৰু লজিকেলী ফেক্টছৰ পৰিচালন সঞ্চালক বেবাৰ্ছ অৰ্চেকৰ তত্বাৱধানত দলটো পৰিচালিত হৈ আছে।

LF_meet_the_team_hero_640x475_may2023

সম্পাদকীয় দল

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।