চন্দন বৰগোহাঁই

ফেক্ট চেকাৰ, ইণ্ডিয়া

চন্দন অসমৰ গুৱাহাটীত বাস কৰা এগৰাকী সাংবাদিক আৰু ফেক্ট-চেকাৰ। আঞ্চলিক সংবাদ মাধ্য়মত প্ৰায় পাঁচ বছৰৰ কৰ্ম অভিজ্ঞতা থকাৰ লগতে তেওঁ ফেক্ট-চেকিঙৰ ক্ষেত্ৰখনতো কাম কৰাৰ অভিজ্ঞতা। কামৰ পিছত আৰাম কৰিবলৈ তেওঁ ব্লুজ সংগীতত শুনি আৰু চিনেমা চাই ভাল পায়। ছুটিৰ দিনত আৰু বন্ধৰ দিনত তেওঁ ফটোগ্ৰাফী কৰি ভাল পায়।

ৰ শেহতীয়া ফেক্ট চেক সমূহ চন্দন বৰগোহাঁই

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।