লজিকেলী ফেক্টছৰ মুখ্য কাৰ্যালয় আয়াৰলেণ্ডত আৰু বৰ্তমান ইউৰোপিয়ান ইউনিয়ন, ব্ৰিটেইন, আৰু ভাৰতত আমাৰ কৰ্মচাৰী আছে। আমাৰ ফেক্ট চেকসমূহ ইংৰাজীত আছে আৰু ডেনিছ, নৰৱেজিয়ান, ছুইডিছ, ফিনিছ, ৰাছিয়ান, স্পেনিছ, কানাডা, অসমীয়া আৰু তেলেগু ভাষাত ফেক্ট চেক প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে।

আমাৰ দলটো সমগ্ৰ বিশ্বতে প্ৰসাৰ লাভ কৰাৰ লগে লগে অনাগত কেইবছৰমানৰ ভিতৰত বিশ্বজুৰি প্ৰসাৰতা লাভ কৰাৰ আমাৰ অভিলাসী পৰিকল্পনা আছে।

map

আয়াৰলেণ্ড

লজিকেলী ফেক্টছ লিমিটেড
পাৰ্চি এক্সেঞ্জ, পাৰ্চি প্লেছ
বলছব্ৰিজ, ডাবলিন
আয়াৰলেণ্ড
D04 P5K3

সংযোগ পত্ৰ

map

আয়াৰলেণ্ড

লজিকেলী ফেক্টছ লিমিটেড
পাৰ্চি এক্সেঞ্জ, পাৰ্চি প্লেছ
বলছব্ৰিজ, ডাবলিন
আয়াৰলেণ্ড
D04 P5K3

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।