ঈশিতা গোৱেল জে

ফেক্ট চেকাৰ, ইণ্ডিয়া

ইশিতাই মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু ২০২০ চনৰ ছেপ্টেম্বত লজিকেলীত ফেক্ট-চেকাৰ হিচাপে যোগদান কৰে। ইয়াৰ পূৰ্বে শৈক্ষিক পৰ্যায়ত গৱেষণা আৰু সাহিত্যৰ গৱেষণা পত্ৰৰ কাম কৰা ইশিতাই মহীশূৰৰ TEDx ৰ আয়োজক আছিল। তাইৰ অনুসন্ধিৎসু আৰু বিশ্লেষণাত্মক স্বভাৱটোৱে তাইক ফেক্ট-চেকিঙৰ ক্ষেত্ৰখনত সোমাই পৰিছিল।

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।