দেৱায়ণ দত্ত

জ্যেষ্ঠ ভিডিঅ' প্ৰযোজক

দেবায়ন দত্তই ভিডিঅ' পৰিচালনা আৰু ইয়াৰ সৈতে জৰিত সকলো দায়িত্ব পালন কৰে। আঠ বছৰৰো অধিক অভিজ্ঞতাৰে তেওঁ ফলপ্ৰসূ ভিডিঅ’ গল্প কোৱাৰ সীমাবদ্ধতাৰ পৰা বাহিৰ ওলাবলৈ অহৰহ লক্ষ্য ৰাখিছে। তেওঁ এজন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাতা আৰু এজন TEDx বক্তা।

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।