ল’ৰেনা মাৰ্টিনেজ

হে’ড অৱ এডিটৰিয়েল অপাৰেচনছ (ইউ কে এণ্ড ই ইউ)

টুইটাৰত ছয় বছৰতকৈ অধিক সময় আৰু সংবাদ মাধ্যমৰ সম্পাদকীয় স্থানত এটা দশক কটোৱাৰ পিছত লৰেনাই লজিকেলী ফেক্টছত যোগদান কৰে। পূৰ্বৰ ভূমিকাত তেওঁ অনলাইন যোগে ভুল তথ্য প্ৰতিহত কৰিবলৈ ক্ৰছ-ফাংচনেল প্ৰজেক্টৰ নেতৃত্ব দিছিল। ইংৰাজী, পৰ্তুগীজ আৰু স্পেনিছ ভাষাত বিশ্বাসযোগ্য তথ্য চিনাক্ত আৰু উক্ত প্ৰচেষ্টা সম্প্ৰসাৰণৰ বাবে ফেক্ট-চেকিং সংস্থাসমূহৰ সৈতে টুইটাৰৰ বিশ্বব্যাপী ভুল তথ্য অংশীদাৰিত্ব কাৰ্যসূচী পৰিচালনা কৰাত তেওঁ সহায় কৰিছিল। তেওঁৰ সম্পাদকীয় আৰু কাৰ্য্যকৰী কামে বিশ্বব্যাপী দৰ্শকে যাতে বিশ্বাসযোগ্য আৰু কৰ্তৃত্বশীল তথ্য লাভ কৰিব পাৰে তাৰ বাবে সহায়ক হৈছে। টুইটাৰত যোগদান কৰাৰ পূৰ্বে তেওঁ স্পেইন, জাৰ্মানী আৰু লেটিন আমেৰিকাৰ সংবাদ মাধ্যমৰ বাবে ইউকে'ত ব্ৰেকিং নিউজ আৰু গুৰুত্বপূৰ্ণ ঘটনাপ্ৰৱাহ কভাৰ কৰিছিল।

Latest Analysis by ল’ৰেনা মাৰ্টিনেজ

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।