জাস্কিৰত সিং বাৱা

গ্ল’বেল হে’ড অৱ এডিটৰিয়েল অপাৰেচনছ

জাস্কিৰাট লজিকেলী ফেক্টছৰ এডিটৰিয়েল অপাৰেচনছৰ গ্লোবেল হেড। তেওঁ টিভি নিউজ নেটৱৰ্ক, ডিজিটেল নিউজ, আৰু টেক প্লেটফৰ্মত ১৪ বছৰতকৈও অধিক অভিজ্ঞতা থকা এজন মিডিয়া পেছাদাৰী। তেওঁৰ অনলাইন 'আস্থা আৰু সুৰক্ষাৰ' প্ৰতি তীব্ৰ আগ্ৰহ আছে তথা বাতৰি আৰু বৈধ তথ্যৰ ডিজিটেল ভৱিষ্যতৰ ওপৰত তেওঁ দৃঢ় বিশ্বাস আছে।

Latest Articles by জাস্কিৰত সিং বাৱা

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।