কাৰি নিক্সন

ফেক্ট চেকাৰ, নৰৱে

কাৰি নিক্সনে ইংৰাজী সাহিত্যত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে। বিজ্ঞান আৰু স্বাস্থ্য কমিউনিকেচনৰ প্ৰতি তেওঁ আগ্ৰহী, বিশেষকৈ মহামাৰী আৰু টিকাকৰণ, জলবায়ু , আৰু ছ'চিয়েল মিডিয়াত প্ৰচাৰিত প্ৰসূতিৰ স্বাস্থ্যৰ পৰামৰ্শৰ বিষয়সমূহৰ প্ৰতি তেওঁ আগ্ৰহী। লজিকেলী ফেক্টছত যোগদান কৰাৰ আগতে কাৰিয়ে আমেৰিকাত অধ্যাপক হিচাপে শৈক্ষিক খণ্ডত আৰু তাৰ পিছত নৰৱেত গৱেষক হিচাপে গৱেষণা কৰিছিল।

Latest Articles by কাৰি নিক্সন

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।