ছেম ড'ক

ছিনিয়ৰ ফেক্ট চেকাৰ, ইউ কে

ছেম ড’ক লজিকেলী ফেক্টছৰ এজন জ্যেষ্ঠ ফেক্ট-চেকাৰ। ছেমে গ্লাছগো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আইন আৰু দৰ্শনত স্নাতক ডিগ্ৰী আৰু মানৱ অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লজিকেলী ফেক্টছত যোগদান কৰাৰ পূৰ্বে তেওঁ স্কটলেণ্ডত সাংবাদিক হিচাপে কাম কৰিছিল আৰু ফ্ৰীলান্স ভিত্তিত তদন্তমূলক গৱেষণা কৰিছিল।

Latest Analysis by ছেম ড'ক

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।